যোগীঘোপাৰ পাচনীয়াত নাও দুৰ্ঘটনা... 
বঙাইগাঁও

যোগীঘোপাৰ পাচনীয়াত নাও দুৰ্ঘটনা...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা।

  • এইবাৰ নাও দুৰ্ঘটনা সংঘটিত হ'ল যোগীঘোপাৰ পাচনীয়াত।

  • মানাহ নৈত দুৰ্ঘটনাৰ সন্মুখীন হ'ল ইঞ্জিন চালিত যাত্ৰীবাহী নাওঁ।

  • কাবাইটাৰী বজাৰৰ পৰা উভতাৰ পাছতে সংঘটিত হয় এই দুৰ্ঘটনা।

  • নাওখনত আছিল শিশু মহিলাসহ ৩৫ গৰাকী যাত্ৰী।

  • নাওখনত আছিল বহু কেইটা পশুধনো।

  • দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে মাছমৰীয়াৰ নাৱে।

  • সৌভাগ্যক্ৰমে ৰক্ষা পৰে নাওখনৰ সকলো যাত্ৰী।

  • মানাহ নৈৰ মাজত থকা এটা প্ৰকাণ্ড শিলত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।