অভয়াপুৰীৰ চৌটাকীত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন... 
বঙাইগাঁও

অভয়াপুৰীৰ চৌটাকীত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Asomiya Pratidin
  • অভয়াপুৰীৰ চৌটাকীত ভয়াৱহ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন।

  • গুৰুতৰভাৱে আহত আন এজন লোক।

  • এখন কণ্টেইনাৰ বাহনে এখন স্কুটিক মহতিয়াই নিয়াৰ ফলতে এই ঘটনা।

  • নিহত লোকজন নয়াগাঁৱৰ হৰ কুমাৰ নাথ বুলি চিনাক্ত।

  • সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সুশাংক নাথ নামৰ লোকজনক।