ei muhurtar khabar  
বঙাইগাঁও

বঙাইগাঁও শোধনাগাৰৰ আৱাসিক এলেকাত চোৰৰ অভিযান...

Asomiya Pratidin
  • চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ হাই ছিকিউৰিটি জ’নত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

  • বঙাইগাঁও শোধনাগাৰৰ আৱাসিক এলেকাৰ ১৪টা বাসগৃহত চোৰৰ চাফাই অভিযান।

  • চোৰে লুটিলে কেইবা কোটি টকাৰ আ-অলংকাৰ।

  • লগতে লুটি নিলে বুজন পৰিমাণৰ নগদ ধন।

  • কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ সুযোগত চোৰে চলালে এই লুটপাত।

  • ইতিমধ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।