অসম

দুৰ্বৃত্তৰ আক্ৰমণত নিহত যুৱক

Asomiya Pratidin
  • মৰিয়নিত সোমবাৰে নিশা হত্যাকাণ্ড।

  • ডকলঙীয়া চাহ বাগিছাৰ বৰলাইনত সংঘটিত হয় এই হত্যাকাণ্ড।

  • কাৰ্তিক তেলী(২৫) নামৰ যুৱকজনক ঘৰৰ সমীপতে চুৰিৰে আক্ৰমন কৰে দুৰ্বৃত্তই।

  • গুৰুতৰভাৱে আহত যুৱকজনক JMCH ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আৰক্ষীৰ।