dangor khabar  
অসম

উদ্ধাৰ হ'ল ৰঙিয়াত নিৰুদ্দেশ হৈ থকা কিশোৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত বৃহস্পতিবাৰে নিৰুদ্দেশ হৈ থকা কিশোৰ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা কিশোৰটি আছিফ কুমাৰক বুলি জানিব পৰা যায় । উল্লেখ্য যে ৰঙিয়াৰ ষ্টেচন ৰোডৰ পৰা দাঁতিত বহি থকা অৱস্থাত কিশোৰটি উদ্ধাৰ হয় ।

ঘটনাৰ বিৱৰণী অনুসৰি ২৮ মে’ৰ পৰা সন্ধানহীন হৈ থকা কিশোৰটোক দুজন অচিনাক্ত ব্যক্তিয়ে বহিঃৰাজ্যলৈ সৰবৰাহৰ কৰিবলৈ অভিসন্ধি চলিছিল বুলি সন্দেহ প্ৰকাশ কৰে। যদিও সৌভাগ্যক্ৰমে গোটেই ঘটনাটো এগৰাকী ট্ৰাক চালকে কিশোৰজনক প্ৰত্যক্ষ কৰিছিল আৰু তেনেতে পৰিয়ালক খবৰ দিয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।‌