অসম

বিএছএফৰ গুলীত প্ৰাণ গ'ল চোৰাং গৰু সৰবৰাহকাৰীৰ

Asomiya Pratidin
  • মানকাচৰৰ ভাৰত-বাংলা সীমান্ততত BSF ৰ গুলী চালনা।

  • সীমান্তৰ BSFৰ গুলীত নিহত এজন চোৰাং সৰবৰাহকাৰী।

  • BSFৰ গুলীত নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰীজন মানকাচৰ থানা এলেকাৰ চৰ কুকুৰমাৰা গাঁৱৰ শাহিনুৰ ইছলাম (২৬) বুলি জানিব পৰা গৈছে।

  • ইছলামে বুধবাৰে নিশা বাংলাদেশত চোৰাং গৰু সৰবৰাহৰ সময়ত BSFৰ গুলীত নিহত হৈছে বুলি জনা গৈছে।

  • সীমান্তৰ কুকুৰমাৰা সীমান্ত অঞ্চলত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।

  • সম্প্ৰতি অঞ্চলত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।