- বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন।
- বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
- বিজেপি, এবছু, গোবিন্দ বসুমতাৰীৰ আদৰণি।
- বিটিচিত হাগ্ৰামাৰ অপশাসন সাময়িকভাৱে অন্ত পৰিল, এতিয়া ৰাইজে স্বস্তিৰ নিশ্বাস লবঃ গোবিন্দ।
- বিটিচিত এতিয়া দুৰ্নীতিমুক্ত, সমবিকাশ, সমউন্নয়ণ সঠিকভাৱে ৰূপায়ণ হোৱাটো আশা কৰিব পাৰি।
- আমি সদায় সুশাসন, দুৰ্নীতিমুক্ত বিটিআৰ বিচাৰোঃ এবছু সভাপতি দ্বিপেন বড়ো।
- ৰাজ্যপাল মহোদয়, ৰাজ্যিক বিজেপিক আমি ধন্যবাদ জনাইছোঃ জিলা বিজেপিৰ সাধাৰণ সম্পাদক, অজয় কুমাৰ হাজৰিকা।