অসম

গণেশগুৰি ফ্লাইঅ’ভাৰৰ সমীপতে দপদপকৈ জ্বলি উঠিল চাৰিচকীয়া বাহন

Asomiya Pratidin
  • পুৱতি নিশা মহানগৰীৰ জিএছ ৰোডত হঠাৎ জ্বলি উঠিল বাহন।

  • গণেশগুৰি ফ্লাইঅ’ভাৰৰ সমীপতে জ্বলি উঠিল চাৰিচকীয়া বাহন।

  • সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ছুইফ্ট ডিজায়াৰ বাহনখন।

  • যান্ত্রিক বিজুতিৰ বাবেই বাহনখন জ্বলি উঠাৰ সন্দেহ।

  • অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন।