অসম

বনভোজস্থলীত অঘটন, নাৱৰ পৰা পানীত পৰি মৃত্যু যুৱকৰ

Asomiya Pratidin
  • পানীখাইতি হাতীশিলা বনভোজস্থলীত অঘটন।

  • নাৱৰ পৰা পানীত পৰি মৃত্যু এজন যুৱকৰ।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • ব্রহ্মপুত্রত টুলুঙা নাও চলাই থাকোতে এই অঘটন।

  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

  • মৃত যুৱকজন কামৰূপৰ বাইহাটা চাৰিআলিৰ অবিনাশ ডেকা।