অসম

চাংসাৰিত অবৈধ মাৰণাস্ত্র জব্দ

Asomiya Pratidin
  • কামৰূপৰ চাংসাৰিত অবৈধ মাৰণাস্ত্র জব্দ।

  • কামৰূপ আৰক্ষীৰ অভিযানত জব্দ এটা পইণ্ট ৩২ পিষ্টল।

  • দেওবাৰে গোৰেশ্বৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছৰ পৰা জব্দ।

  • খুচবু নামৰ বাছখনৰ চালকৰ ছিটৰ তলৰ পৰা উদ্ধাৰ পিষ্টলটো।

  • ঘটনা সন্দৰ্ভত বাছখনৰ চালক আৰু হেণ্ডিমেনক আটক।

  • চালক প্রদীপ ৰাজবংশী, হেণ্ডিমেন ৰুবুল আলিক আটক।