প্ৰতীকি ফটো 
অসম

সুখচৰৰ নাককাটিত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

-মানকাচৰৰ সুখচৰ নাককাটিত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ

-শিশুটি ২-৩ দিনীয়া বুলি ধাৰণা কৰা হৈছে

-জিঞ্জিৰাম নৈৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ

-ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে

-মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ

-ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ