এই মুহূৰ্তৰ খবৰ 
অসম

চিৰাঙত বন বিভাগ-বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযানঃ গ্রেপ্তাৰ ৩ চোৰাংচিকাৰী

Asomiya Pratidin
  • চিৰাঙত বন বিভাগ আৰু বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযান।

  • অভিযানত ভাৰত–ভূটান সীমান্তৰ পৰা ৩ চোৰাংচিকাৰীক গ্রেপ্তাৰ।

  • চিকাৰীকেইটাৰ পৰা গঁড়ৰ নখ, ছালসহ হস্তনিৰ্মিত বন্দুক, গুলী জব্দ কৰিছে বিভাগটোৱে।

  • মানাহ ৰাষ্ট্রীয় উদ্যানত দুটাকৈ গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে চিকাৰীকেইটাই।

  • ধৃত চিকাৰীকেইটা হ'ল বীৰেন নাৰ্জাৰী, নোৱেশ্বৰ বসুমতাৰী, নল বাহাদুৰ মগৰ।

  • আটাইকেইটাৰে ঘৰ চিৰাং জিলাৰ জয়পুৰ মালিভিটাত।