দুলীয়াজানৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ... 
অসম

দুলীয়াজানৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ...

Asomiya Pratidin
  • দুলীয়াজানৰ গজলবস্তিৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ।

  • ২০১৬ৰ পৰা নিষ্ক্রিয় হৈ আছিল বৰডুবি তৈলক্ষেত্রৰ খাদটো।

  • দুষ্কৃতিকাৰীয়ে চুৰি কৰিছিল উক্ত খাদটোত সংস্থাপন কৰা X-Mass tree।

  • ফলত খাদটোৰ পৰা অনিয়ন্ত্রিতভাৱে পানী, আন তৰল পদাৰ্থ নিৰ্গমণ হৈছে।

  • ঘটনা সন্দৰ্ভত ইতিমধ্যে জিলা প্রশাসনক অৱগত কৰিছে অইল কৰ্তৃপক্ষই।

    স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

    ‘ঘটনাস্থলীত উপস্থিত আছে আনছাইট টাস্ক ফ’ৰ্চ।

  • প্রৱাহ নিয়ন্ত্রণ তথা খাদৰ মুখ বন্ধ কৰাৰ চেষ্টা অব্যাহত।