অসম

কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদৰ অগ্ৰগতি...

Asomiya Pratidin
  • কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ অগ্ৰগতি

  • বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ ৮৯৯৪টা ভোটত আগবাঢ়ি আছে তেওঁ।

  • কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ১৩, ৯০৮ ভোট।

  • ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৯০৯টা ভোট।

  • AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫৭৯টা ভোট।