গৌৰৱ গগৈক ধন দিবলৈ যোৱা কংগ্ৰেছ কৰ্মী আটকঃ ১ লাখ টকা জব্দ... 
অসম

গৌৰৱ গগৈক ধন দিবলৈ যোৱা কংগ্ৰেছ কৰ্মী আটকঃ ১ লাখ টকা জব্দ...

Asomiya Pratidin
  • গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী।

  • ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ।

  • ছাহাবুদ্দিনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে।

  • আটক হোৱা ছাহাবুদ্দিনৰ ঘৰ হোজাইত।

  • ছাহাবুদ্দিন কংগ্ৰেছ দলৰ হোজাইৰ সংখ্যালঘু কোষৰ সভাপতি।

  • ছাহাবুদ্দিনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ গোচৰ ৰুজু।

  • IPC ১৭১E,১৭১F,R/W123(2) of reprentation of peoples actৰ অধীনত গোচৰ ৰুজু।

  • ছাহাবুদ্দিননে ধন লৈ অহা ইনোভা গাড়ী খনৰ নাম্বাৰ AS-01-FP-8122।