অসম

ওদালগুৰি এনকাউন্টাৰ প্ৰসংগৰ নতুন মোৰ

Asomiya Pratidin
  • ওদালগুৰি এনকাউন্টাৰ প্ৰসংগৰ নতুন মোৰ

  • ৰহস্যজনকভাৱে সংবাদ মেল সম্বোধন নকৰিলে এছ পিয়ে

  • কেৱল সংবাদ বিজ্ঞপ্তি দিয়েই দায়িত্ব সামৰিলে আৰক্ষীয়ে

  • আনহাতে আৰক্ষীয়ে উদ্ধাৰ কৰে নম্বৰ প্লেটবিহীন মটৰ চাইকেল

  • মৃতদেহ লৈ দাবী দুয়োটা পৰিয়ালৰে

  • মৃতদেহ খান্দি উলিয়াই অনাৰ বাবে অবেদন কৰিব ডিম্বেশ্বৰৰ পৰিয়ালে

  • আবেদন মঞ্জুৰ হ'লেহে চিনাক্ত কৰিব পৰা যাব মৃতদেহটো