অসম

যোৰাবাটত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin
  • যোৰাবাটত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ।

  • এখন ট্রাকৰ পৰা জব্দ ৪৪টা চোৰাং গৰু।

  • আটক মাফিজুল খান, আমিনুল হক নামৰ ২ সৰবৰাহকাৰী।

  • নগাঁৱৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গৰুকেইটা।

  • জব্দ কৰা ট্রাকখনৰ পঞ্জীয়ন নম্বৰ এ এচ-১৭-চি-৫৫৯১।