অসম

কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস।

কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত আছিল চিআৰপিএফ জোৱানজন।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কাশ্মীৰৰ এখন চিকিৎসালয়ত শুকুৰবাৰে মৃত্যু জোৱানজনৰ। জোৱানজনৰ মৃত্যুত মৰিয়নিৰ নতুন মাটিস্থিত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।