অসম

চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী, আন এজনক আটক

Asomiya Pratidin
  • মঙলবাৰে নিশা ডবকাত আৰক্ষীৰ এনকাউণ্টাৰ।

  • চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

  • গুলীবিদ্ধ চোৰটো ওড়িশাৰ নাগালো নানি।

  • চোৰটোৰ পৰা উদ্ধাৰ এটা মাৰণাস্ত্রও।

  • আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা।

  • আৰক্ষীয়ে আটক কৰে মাইকেল ৰাইডো নামৰ আন এটা চোৰক।

  • এজন লোকৰ পৰা ৩ লাখ টকা লৈ উধাও হৈছিল দুয়োটা চোৰ।

  • ৰাইজে হাতে-লোটে আটক কৰি গতাইছিল আৰক্ষীক।