দৰং

মঙলদৈৰ মোৱামাৰীত মাৰপিট কাণ্ড

Asomiya Pratidin
  • মঙলদৈৰ মোৱামাৰী ৪০ নম্বৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা

  • বনভোজলৈ যোৱা দলক আক্রমণ দুৰ্বৃত্তৰ

  • দুৰ্বৃত্তৰ আক্রমণত বনভোজকাৰী দলৰ ৪জন আহত

  • আহত সঞ্জীৱ কুমাৰ নাথক উন্নত চিকিৎ‍সাৰ বাবে GMCHলৈ প্রেৰণ

  • প্রায় ২০ জনীয়া দুৰ্বৃত্তৰ দলে আক্রমণ কৰে বনভোজকাৰী ১১ জনীয়া দলটোক

  • বনভোজকাৰী দলৰ বাহনৰো ক্ষতিসাধন কৰে দুৰ্বৃত্তৰ দলে

  • ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।