দৰং

আলফাৰ সমৰ্থনত মন্তব্য কৰি আটক বালিপোতাৰ যুৱক

Asomiya Pratidin
  • আলফা-চৰকাৰৰ আলোচনাৰ দিনাই 'আলফা জিন্দাবাদ' দি শুক্ৰবাৰে আটক হ'ল বিশ্বজিৎ ডেকা

  • জানিব পৰামতে 'আলফা জিন্দাবাদ' দি আটক হ'ল দৰঙৰ বালিপোতাৰ যুৱক

  • ফেচবুকত আলফাৰ সমৰ্থনত দিছিল কমেণ্ট

  • ইয়াৰ পাছতেই যুৱকজনক আৰক্ষীয়ে আটক কৰে

  • সম্প্ৰতি যুৱকজনক মাৰাথন জেৰা চলাইছে মঙলদৈ আৰক্ষীয়ে।