একে নিশাই দৰঙৰ দুটাকৈ মন্দিৰত চুৰিকাণ্ড... 
দৰং

একে নিশাই দৰঙৰ দুটাকৈ মন্দিৰত চুৰিকাণ্ড...

Asomiya Pratidin
  • দৰঙৰ দলগাঁৱত একে নিশাই দুটাকৈ মন্দিৰত চুৰি।

  • দলগাঁৱৰ ঐতিহাসিক বুঢ়াগোঁসাই শিৱমন্দিৰত চুৰিকাণ্ড।

  • শিৱমন্দিৰটোৰ দানপাত্র ভাঙি চোৰে লুটিলে ধন।

  • মন্দিৰটোৰ কাষতে থকা শনি মন্দিৰতো সংঘটিত হৈছে অনুৰূপ ঘটনা।

  • মন্দিৰ দুটাত সংঘটিত চুৰিকাণ্ডক লৈ ৰাইজৰ মাজত প্রতিক্রিয়া।