দৰং

মঙলদৈৰ দেৱাশীষ চহৰীয়াৰ ৯৯.২ শতাংশ নম্বৰ লাভ...

Asomiya Pratidin
  • দেশত আজি ঘোষণা কৰা হৈছে CBSE দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল।

  • সদ্যঘোষিত ফলাফলত উজলি উঠিছে মঙলদৈৰ এখন ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান।

  • উজলি উঠিছে মঙলদৈৰ Gurukul Group of Education Wing বিদ্যালয়।

  • বিদ্যালয়খনৰ ছাত্ৰ দেৱাশীষ চহৰীয়াই লাভ কৰে ৯৯.২ শতাংশ নম্বৰ ।

  • তেঁওৰ এই সাফল্যত উৎসাহিত হৈ পৰে অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী।

  • ইয়াৰোপৰি বিদ্যালয়খনৰ অংগৰাগ বৰুৱাই ৯৭ শতাংশ, বিশাল বৰাই ৯৫.৬ শতাংশ নম্বৰ লাভ কৰি দৰং জিলালৈ গৌৱৰ কঢ়িয়াই আনে।