মঙলদৈত মটৰ শ্ৰমিকৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ... 
দৰং

মঙলদৈত মটৰ শ্ৰমিকৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে জাপি দিয়া ক'লা আইনৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ আন স্থানৰ লগতে দৰঙৰ মঙলদৈতো সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে। শান্তি পূৰ্ণভাবে মটৰ শ্ৰমিকসকলে ৰাজপথত উলাই আহি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

ইফালে সমগ্ৰ জিলাখনতে যাতে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয়,তাৰ বাবেও বিশ্বনাথ জিলা আৰক্ষীয়ে বিশ্বনাথ বিভিন্ন স্থানত কটকটিয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছ।