দৰং

মঙলদৈত পথ দুৰ্ঘটনাত কেইবাজনো লোক আহত

Asomiya Pratidin
  • মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।

  • সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

  • পুনিয়াৰ দলঙৰ ওপৰত মেজিক আৰু মটৰ চাইকেলৰ মাজত হয় সংঘৰ্ষ।

  • দুৰ্ঘটনাত কেবাজনো লোক আহত।

  • ঘটনাস্থলীত উপস্থিত মঙলদৈ আৰক্ষী।