অসম

পাৰিবাৰিক কন্দলৰ বাবে চৰম পন্থা এজনৰ

Asomiya Pratidin
  • আমিনগাঁৱৰ EPIP চৌহদত চাঞ্চল্য।

  • চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।

  • শুকুৰবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় মৃতদেহটো।

  • লোকজন তামুলপুৰৰ ৰমনী কলিতা।

  • পাৰিবাৰিক কন্দলৰ বাবেই লোকজনে আত্মহত্যা কৰাৰ সন্দেহ।

  • পূৰ্বেও লোকজনে এবাৰ আত্মহত্যাৰ চেষ্টা কৰাৰ অভিযোগ।

  • ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী।