চন্দ্রপুৰত মৃতদেহ উদ্ধাৰ,এতিয়ালৈকে হোৱা নাই চিনাক্ত 
অসম

চন্দ্রপুৰত মৃতদেহ উদ্ধাৰ,এতিয়ালৈকে হোৱা নাই চিনাক্ত

Asomiya Pratidin
  • চন্দ্রপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

  • দেওবাৰে নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ দাঁতিৰ নলাত উদ্ধাৰ মৃতদেহটো।

  • ঘটনাস্থলীত উপস্থিত প্রাগজ্যোতিষপুৰ আৰক্ষী।

  • দুৰ্ঘটনাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

  • মৃতদেহটোৰ মূৰত আঘাতৰ চিন।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।