অসম

জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ বিয়োগ

Asomiya Pratidin
  • দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ বিয়োগ।

  • শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে বৰদলৈয়ে।

  • দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল সাংবাদিকগৰাকীয়ে।

  • দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰদলৈয়ে।

  • দেৰগাঁৱৰ পৰা কেইবাখনো বাতৰি কাকতৰ কামতো জড়িত আছিল তেওঁ।