ROAD ACCIDENT  
অসম

তীব্রবেগী বাহনে মহটিয়াই নিলে পথচাৰীক

Asomiya Pratidin
  • ধনশিৰিৰ বৰপথাৰ পাভজানত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী বাহনে মহটিয়াই নিলে পথচাৰীক।

  • মঙলবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

  • বাহনখনৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা।

  • নিহত মহিলাগৰাকীৰ নাম ৰূপালী বৰা।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত অবিনাশ বৰা নামৰ এজন যুৱক।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখন।