ei muhurtar khabar  
ধেমাজি

ৰূপহী জলপ্ৰপাতত নিখোজ হোৱা এজনৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • শুকুৰবাৰে গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হৈছিল দুজন যুৱক।

  • যুৱক দুজনৰ এজনক শনিবাৰে পুৱা উদ্ধাৰ কৰিছে এছ ডি আৰ এফ বাহিনীয়ে।

  • ইতিমধ্যে উদ্ধাৰ কৰা যুৱকজনক চিনাক্ত কৰা হৈছে।

  • যুৱকজন অৰুণাচলৰ নামচাই জিলাৰ লংলেট লাওচা বুলি জানিব পৰা গৈছে।

  • বৰ্তমানেও সন্ধান নাই গোগামুখ তাজিক গাঁৱৰ গোলাপ পেগুৰ।

  • ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাইছে এছ ডি আৰ এফ বাহিনীয়ে।