ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ 
ধেমাজি

ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ

Asomiya Pratidin
  • ধেমাজি জিলা বিজেপিত খহনীয়া

  • জিলা বিজেপিৰ সভাপতিৰ পদত্যাগ

  • জিলা সভাপতিৰ পদ এৰিলে প্রেমা দত্তই

  • ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্র প্ৰেৰণ

  • বিশেষ কাৰণবশতঃ পদত্যাগ কৰা বুলি উল্লেখ প্রেমা দত্তৰ।