ধেমাজি

চিলাপথাৰত SST ৰ অভিযানত জব্দ প্ৰায় ৩০ লাখ টকা

Asomiya Pratidin
  • চিলাপথাৰত SSTৰ অভিযানত জব্দ বুজন পৰিমাণৰ নগদ ধন।

  • এজন অৰুণাচলী লোকৰ পৰা জব্দ নগদ ৩০লাখ টকা।

  • শনিবাৰে নিশা জব্দ হয় ধনখিনি।

  • SSTৰ তালাচীৰ সময়তে জব্দ ধনখিনি।

  • এখন ডাষ্টাৰ বাহনেৰে নামচাইলৈ নি আছিল ধনখিনি।

  • ঘটনা সন্দৰ্ভত লোকজনক সোধা-পোছা অব্যাহত।