বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু... 
ধুবুৰী

বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...

Asomiya Pratidin
  • বিলাসীপাৰা লক্ষীগঞ্জ ভাষানীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বাইক আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহীজন।

  • গুৰুতৰভাৱে আহত চাইকেল আৰোহীজনৰ চিকিৎসালয়ত মৃত্যু।

  • নিহত বাইক আৰোহীজন ফকিৰাগ্রাম কৰাইতোলা গাঁৱৰ আজিমুল হক।

  • মৃত চাইকেল আৰোহীজনৰ নাম মালেক উদ্দিন ওৰফে গাণ্ডু।

  • চিকিৎসক নথকাৰ বাবে চাইকেল আৰোহীজনৰ মৃত্যু হোৱাৰ অভিযোগ।

  • চিকিৎসালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত উত্তেজিত ৰাইজৰ।

  • ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।