ধুবুৰীৰ ছাগলীয়াত চিলনী চোৰে লুটিলে ১ লাখ ৭০ হাজাৰ টকা... 
ধুবুৰী

ধুবুৰীৰ ছাগলীয়াত চিলনী চোৰে লুটিলে ১ লাখ ৭০ হাজাৰ টকা...

Asomiya Pratidin
  • ধুবুৰীৰ ছাগলীয়াত চিলনী চোৰৰ সন্ত্রাস।

  • চিলনী চোৰে লুটি নিলে ১ লাখ ৭০ হাজাৰ টকা।

  • টকাখিনি বেংকত জমা কৰিবলৈ নিয়াৰ সময়তে এই ঘটনা।

  • এটা পেট্ৰ’ল পাম্পৰ পৰা টকাখিনি বেংকত জমা দিবলৈ নিছিল।

  • বাইকত অহা দুই চিলনী চোৰে লুটি নিয়ে টকাখিনি।