ধুবুৰী

ধুবুৰীত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক

Asomiya Pratidin
  • ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী।

  • ধৃত সৰবৰাহকাৰী দুজন শচীন কুমাৰ আৰু ফিৰোজ আলম।

  • দুয়োৰে পৰা ৯৬৮টা নিচাজাতীয় টেবলেট জব্দ।

  • লগতে নগদ ২৬ হাজাৰ টকাসহ দুটা ম’বাইল ফোন জব্দ।