এই মুহূৰ্তৰ খবৰ 
অসম

ধূলা থানাৰ অ'চিৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ...

Asomiya Pratidin
  • ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ।

  • ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।

  • এগৰাকী কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰ গাপ দিয়াৰ চেষ্টা চলাইছিল বৰুৱাই।

  • ৫ লাখ টকাৰ বিনিময়ত এই কাণ্ডৰ মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল।

  • সেয়ে বিষয়াগৰাকীৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ।