অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু 
অসম

অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

Asomiya Pratidin
  • শুকুৰবাৰে ধূপধৰাৰ দেওশিলাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

  • অচিনাক্ত বাহনে মহটিয়াই নিলে বাইক আৰোহী।

  • থিতাতে নিহত বাইক আৰোহী অসম আৰক্ষীৰ জোৱান।

  • নিহত জোৱানজন চৌকাবড়ীৰ ধ্রুৱজ্যোতি ৰাভা।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন যুৱক।

  • সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটীলৈ প্রেৰণ।