ডিব্ৰুগড়

নিজ গৃহতে ৰচনা হৈছিল মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰ ব্লু প্ৰিন্ট!

Asomiya Pratidin
  • চাবুৱাত আৰক্ষীৰ জালত মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত

  • পত্নী প্ৰহেলিকা বৰুৱাই হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক

  • হত্যাকাণ্ডত জড়িত আছিল আন এজন যুৱক

  • আৰক্ষীয়ে কৰায়ত্ত কৰিছে যুৱকজনক

  • দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে

  • আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা

  • ৯ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছিল এই হত্যাকাণ্ড