ডিব্ৰুগড়

ডিব্রুগড় জিলা মহিলা কংগ্রেছৰ সভানেত্রীক দলৰ পৰা বহিষ্কাৰ

Asomiya Pratidin
  • ডিব্রুগড় জিলা মহিলা কংগ্রেছৰ সভানেত্রীক দলৰ পৰা বহিষ্কাৰ।

  • সভানেত্রী পবিত্রা সিং বকলিয়ালক ৬ বছৰৰ বাবে বহিষ্কাৰ।

  • পবিত্রা সিঙৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ।

  • জিলা কংগ্রেছৰ সম্পাদকে জনালে এই কথা।