ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ নাহৰফুটুকী পোৱালি... 
ডিব্ৰুগড়

ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ নাহৰফুটুকী পোৱালি...

Asomiya Pratidin
  • ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ এটা নাহৰফুটুকী পোৱালি।

  • দিহিং নদীৰ বানত নাহৰফুটুকীৰ পোৱালিতো উটি অহাৰ সন্দেহ।

  • পুৰণি বলাইৰ পথাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে পোৱালিতো।

  • ইয়াৰ পিছতে বন বিভাগক অৱগত কৰে ৰাইজে।

  • বন বিভাগৰ এটা দল আহি উপস্থিত হয় ঘটনাস্থলীত।

  • বন বিভাগৰ লোকে চিকিৎসাৰ অন্তত তিনিচুকীয়াৰ গুইজানত মুকলি কৰি দিব বুলি জনাইছে।