ডিব্ৰুগড়

ডিব্ৰুগড়ৰ জকাইত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক

Asomiya Pratidin
  • ডিব্ৰুগড়ৰ জকাই চেঁচা তিনিআলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

  • AS06AG2469 বাহনখনে বিপৰীত দিশৰ পৰা অহা AS06 T 3678 নম্বৰৰ স্কুটীখনক প্ৰচণ্ড খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

  • স্কুটী আৰোহীজনক সংকটজনক অৱস্থাত এএমচিএইছ লৈ প্ৰেৰণ কৰা হয় ।

  • দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল দুয়োখন বাহন চুৰমাৰ হৈ পৰে।

  • আঘাতপ্ৰাপ্ত স্কুটী আৰোহীগৰাকী ডিব্ৰুগড়ৰ জকাই কলিয়নী গাঁৱৰ শিক্ষক বিপুল সোনোৱাল বুলি জানিব পৰা গৈছে।