নাহৰকটীয়া বাগান গেটত দুৰ্ঘটনাঃ থিতাতে নিহত এজন... 
ডিব্ৰুগড়

নাহৰকটীয়া বাগান গেটত দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Asomiya Pratidin
  • নাহৰকটীয়াত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন।

  • নাহৰকটীয়াৰ বাগান গেটত এই ঘটনা।

  • নিহত লোকজন উত্তম মাটিৰ মদনা দে।

  • জানিব পৰা মতে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথতে এই ঘটনা।