ডিব্ৰুগড়

বগীবিল টোল গেটত চিলিণ্ডাৰ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত...

Asomiya Pratidin
  • ডিব্ৰুগড়ৰ বগীবিল টোল গেটত এখন চিলিণ্ডাৰ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত।

  • টোল গেটত খুন্দা মাৰি ভাঙি চূৰ্ণ বিচুৰ্ণ হৈছে চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন।

  • মাকুমৰ পৰা লখিমপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন।

  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে NL02N 7660।

  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনত থকা হেণ্ডীমেনজন।

  • ইতিমধ্য দুৰ্ঘটনাস্থলীত লেপেটকটা আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈছে