ডিব্ৰুগড়

খামটিঘাটত যুৱকৰ সলিল সমাধি

Asomiya Pratidin
  • ডিব্ৰুগড়ৰ খামটিঘাটত পানীত পৰি এজন যুৱকৰ মৃত্যু ।

  • মৃত যুৱকজন দিকম হাতীআলীৰ শংকৰ ওৰাং ।

  • বন বিভাগৰ মথাউৰি কাষত গছপুলি ৰোপনৰ কামত ন্যস্ত আছিল শঙ্কৰ ওৰাং ।

  • অব্যাহত আছে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান।