অসম

আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ৰোষত ডিগবৈৰ বিধায়ক

Asomiya Pratidin
  • ৰাইজৰ ৰোষত ডিগবৈৰ বিধায়ক সুৰেন ফুকন

  • নিজ সমষ্টিতে ৰাইজে পহুখেদা দিলে বিধায়কগৰাকীক

  • বেতজানত অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল

  • আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী