অসম

বঙাইগাঁৱৰ কুশলাইগুৰিত ব্যাহত ৰে’লৰ সেৱাঃ যাত্ৰীৰ মাজত হাহাকাৰ….

asomiyapratidin
  • বঙাইগাঁৱৰ কুশলাইগুৰিত ব্যাহত ৰে'লৰ সেৱা।
  • ৰে'লৱে দলঙৰ খুঁটি বহি যোৱাত ব্যাহত হৈ পৰে ৰে'লৰ চলাচল।
  • পাতিলাদহা ৰে'লৱে ষ্টেচনত আবদ্ধ নামনিমুৱা নৰ্থইষ্ট এক্সপ্রেছ।
  • যাত্রীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা।
  • ইফালে বঙাইগাঁও ৰে'লৱে ষ্টেচনতো আবদ্ধ কেইবাখন ৰে'ল।