অসম

মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰক বদলি

Asomiya Pratidin
  • মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰক বদলি

  • মাথুৰক বন সংৰক্ষক (Wildlife) হিচাপে বদলি

  • অসমৰ প্রধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়লৈ বদলি মাথুৰক

  • ৰাজেন চৌধুৰীক মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালকৰ দায়িত্ব অৰ্পণ।