অসম

ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

Asomiya Pratidin
  • সৰুপথাৰত ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

  • সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত সংঘটিত এই ঘটনা

  • মহিলাগৰাকী বেংকৰ পৰা ঘৰলৈ গৈ থাকোতে লুটিলে চোৰে

  • মটৰ চাইকেলত অহা দুই যুৱকে কাঢ়ি নিলে বেগ

  • সৰুপথাৰৰ মহল তিনিআলিত ৰাইজে কৰায়ত্ত কৰে এজন যুৱকক

  • মটৰ চাইকেল এৰি পলায়ন কৰে আনজন যুৱক

  • ৰাইজে ধৃত অপূৰ্ব বৰ্মনক চমজাই দিয়ে আৰক্ষীক।