অসম

কামৰূপত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী...

Asomiya Pratidin
  • কামৰূপৰ সোণতলীত শুকুৰবাৰে নিশা ৰাইজে ড্রাগছ বিৰোধী অভিযান চলাই।

  • অভিযানত ৰাইজে সেলেসুঁতিৰ পৰা ড্রাগছসহ এজন সৰবৰাহকাৰী আটক কৰে।

  • আটক কৰা সৰবৰাহকাৰীটো মোবাৰক আলী বুলি জানিব পৰা গৈছে।

  • ধৃত মোবাৰক আলী এটা ড্রাগছ ব্যৱসায়ী।

  • মোবাৰকৰ পৰা এখন বিলাসী বাহনসহ ১টা ড্রাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে।

  • ধৃত মোবাৰক আলীক ৰাইজে সোণতলী আৰক্ষীক চমজাই দিয়ে।