অসম

গ্ৰেপ্তাৰ ড্ৰাগছ সহ সৰবৰাহকাৰী…

asomiyapratidin
  • মুকালমুৱাত ড্রাগছসহ গ্রেপ্তাৰ এজন ড্রাগছ সৰবৰাহকাৰী।
  • গ্রেপ্তাৰ ড্রাগছ সৰবৰাহকাৰী ফইজুল হকক।
  • ১নং লোহাৰকাঠাৰ পৰা গ্রেপ্তাৰ সৰবৰাহকাৰীটোক।
  • বাসগৃহতে ফইজুলে মজুত ৰাখিছিল কেইবাটাও ড্রাগছভৰ্তি কণ্টেইনাৰ।
  • দীৰ্ঘদিন ধৰি ফাইজুলে অঞ্চলটোত ড্রাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ।